আদা সংৰক্ষণৰ ৫টা শুদ্ধ আৰু সহজ উপায়

শাক-পাচলি আৰু ফল-মূলৰ কথা আহিলে ই অতি মৃদু আৰু কোনো কাৰণ নোহোৱাকৈ বাসি হৈ যায়। খাদ্য বিশেষজ্ঞসকলৰ মতে, সঠিকভাৱে সংৰক্ষণ আৰু যত্ন ল’লে বেছি দিন টিকি থাকিব পাৰে। আৰু তেনে এটা খাদ্য সামগ্ৰী যিটোৰ বাবে চৰম যত্নৰ প্ৰয়োজন হয় সেয়া হ’ল – ‘আদা’। ই এনেকুৱা এটা খাদ্য সামগ্ৰী যিটো আমি প্ৰায়ে ডাঙৰ ডাঙৰকৈ কিনি লওঁ কিন্তু শুকান হোৱাৰ লগে লগে পেলাই দিব লাগে।

ৰন্ধা-বঢ়াত আদাৰ ব্যৱহাৰ অতি প্ৰয়োজনীয়। আদা জমা কৰাৰ সঠিক উপায় জানিলে বহুদিনলৈ সংৰক্ষণ কৰিব পাৰি। এতিয়া প্ৰশ্ন হ’ব যে ‘ইমান অসুবিধাৰ প্ৰয়োজন কি? মাত্ৰ বজাৰৰ পৰা প্ৰয়োজন অনুসৰি কিনি লওক!’ সেয়া ঠিকেই আছে। কিন্তু দিনক দিনে বস্তুৰ দাম বাঢ়ি গৈ আছে সেই হাৰত এই টিপছবোৰ জনাটো প্ৰয়োজনীয়। যদি জানে তেন্তে কম দামত বহুত আদা কিনি ইচ্ছা কৰিলে ষ্ট’ৰ কৰিব পাৰে।

তলত উল্লেখ কৰা কৌশলসমূহ ব্যৱহাৰ কৰিলে আদা সতেজ হৈ থকাই নহয় ইয়াৰ শেল্ফ লাইফো বৃদ্ধি পাব।

আদা সংৰক্ষণ কৰাৰ সঠিক আৰু সহজ উপায়

  • ১/ আদা কিনাৰ সময়ত উপযুক্ত আদা বাছি লওক
  • ২/ কাগজৰ বেগ/টাৱেল ব্যৱহাৰ কৰা
  • ৩/ পুনৰ বন্ধ কৰিব পৰা বেগৰ ব্যৱহাৰ
  • ৪/ এচিডিক তৰল পদাৰ্থ ব্যৱহাৰ কৰা
  • ৫/ বায়ু নোসোমাব নোৱাৰা বেগৰ ব্যৱহাৰ

Leave a Comment