শিশুৰ বাবে ৰুটি এক অপৰিহাৰ্য জলপান। কিন্তু দৈনিক আটাৰে ৰুটি বনোৱাটো এটা সমস্যা। ল’ৰা-ছোৱালীয়ে সকলো সময়তে ঘৰতে বনোৱা ৰুটি খাব নিবিচাৰে। সেয়ে তোমালোকৰ বাবে লৈ আহিছোঁ। অবেকড ব্ৰেড, কণী আৰু আটাৰে বনোৱা এটা সুস্বাদু ব্ৰেকফাষ্ট –
সামগ্ৰীসমূহ
- ১/ কণী
- ২/ নিমখ
- ৩/ গাখীৰ
- ৪/ আটা
- ৫) ধনীয়া পাত কাটি ল’ব
- ৬) পিঁয়াজ কাটিব ল’ব
- ৭) লৱণ
- ৮/ চিলি ফ্লেক
- ৯/ তেল
কেনেকৈ বনাব ?
প্ৰথমে এটা বাটিত ১ টা কণী, নিমখ, একাপ গাখীৰ আৰু একাপ আটা লৈ ভালদৰে মিহলাই দিব লাগে। এতিয়া সেই মিশ্ৰণটোত ধনীয়া পাত মিহলাই দিব। এতিয়া আন এটা বাটিত পিঁয়াজ কটা, জলকীয়া কটা, ধনীয়া পাত কটা, সোৱাদ অনুসৰি নিমখ দি ভালদৰে মিহলাই দিব। এই সময়লৈকে চিলি ফ্লেক আৰু দুটা কণী ভালদৰে মিহলাই দিব।
এতিয়া কেৰাহীত যথেষ্ট পৰিমাণৰ তেল দি প্ৰথমে আটাৰে বনোৱা ঘিউখিনি দিব। বেটাৰটো ভালদৰে ওলোটা হ’লে দুয়োফাল ৰুটিৰ দৰে ভাজিব লাগে।
আৰু পঢ়ক
>> কল আৰু কণীৰ দি এই সুস্বাদু জলপান বনাওক, ৰেচিপিটো শিকিব
>> মাত্ৰ একাপ আটাৰে এই সোৱাদযুক্ত জলপান বনাওক, ৰেচিপিটো শিকি লওক
এতিয়া কেৰাহীত অলপ তেল দি কণী, ধনীয়া পাত আৰু কটা পিয়াঁজৰ সৈতে বনোৱা মিশ্ৰণখিনি ঢালি দিব। যদি কণীৰ মিশ্ৰণটো অলপ ভাজি ওপৰত প্ৰি-মেইড ব্ৰেড দি ভালদৰে ভাজি ল’লে ৰাতিপুৱাৰ সুস্বাদু জলপান হ’ব। এতিয়া কাষত টমেটো চচ অলপ দি পৰিবেশন কৰক।
1 thought on “আটা আৰু কণীৰে ব্ৰেকফাষ্ট বনাওক, ৰেচিপিটো শিকিব”